২০২৭ৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত খেলুৱৈ সকলক ৰাখিবৰ বাবে গেম ভিলেজ নিৰ্মাণ নকৰি হোমষ্টে নিৰ্মাণৰ লক্ষ্য মেঘালয় চৰকাৰৰ ।