‘‘অপৰাধীক ধৰি অনাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ভকতীয়া সুৰত অনুনয় বিনয় কৰিব লগা হৈছে।অপৰাধীক পূজাৰ নামত ছুটী দিয়া অসমৰ ইতিহাসত প্ৰথম দেখিছো৷জুবিন গাৰ্গৰ বিষয়টোত চৰকাৰ ছিৰিয়াচ নহয়৷’’