দেৱী দ'ল, অসমৰ শক্তিৰ আৰাধনাস্থলীসমূহৰ ভিতৰত অন্যতম । পিছে এই দেৱী দ'লৰ মহাষ্টমীৰ বৰবলিৰ প্ৰথম প্ৰসাদভাগ প্ৰতিবছৰে এটা মুছলমান পৰিয়ালক কিয় দিয়া হয় জানেনে ?