চিতাভস্মত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ । যোৰহাটবাসীৰ ওচৰত ক্ষমাও বিচাৰিলে জুবিন গাৰ্গৰ পত্নীয়ে ।