ষষ্ঠীৰ দিনা পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাৰ প্ৰতিমা দশমীৰ দিনা অশ্ৰুসিক্ত নয়নেৰে বিসৰ্জন দিছে পূজা সমিতিবোৰে ।