জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ফাষ্ট ট্ৰেক আদালতত কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী তুলিলে লুৰীণজ্যোতি গগৈয়ে ।