ব্যৱসায় কৰিব বিচাৰে, কিন্তু হাতত পৰ্যাপ্ত মূলধনৰ অভাৱ ৷ কম মূলধন হ’লেও আপুনি কৰিব পাৰে এই ব্যৱসায়, যি আপোনাক দিব আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষমতা ৷