পেট্ৰ'ল পাম্পত আকস্মিক পৰিদর্শন নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ । নগাঁৱৰ উৰিয়াগাঁও বাইপাছত থকা ইণ্ডিয়ান অইলৰ পেট্ৰ'ল পাম্পত লগালে তলা ।