দেহৰক্ষী দুজন আৰু জুবিন গাৰ্গৰ মাজত ১.১ কোটি টকাৰ আৰ্থিক লেনদেনৰ তথ্য পোহৰলৈ আহিছিল । দুয়োজনকে ৫ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ ।