শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলৰ সুবিধাৰ বাবে জুবিন গাৰ্গে খাৰঘুলিৰ বাসগৃহৰ সমীপত প্ৰতিষ্ঠা কৰিছিল এটা শৰীৰ চৰ্চা কেন্দ্ৰ । নাম দিছিল আইৰণমেন জিম ।