ছিংগাপুৰৰ য়টত সিদিনা উপস্থিত থকা ১১ জন প্ৰবাসী অসমীয়ালৈ পুনৰ জাননী ৷ হাজিৰ হ'বই লাগিব ৷ ক'লে এছ আই টিৰ মুৰব্বীয়ে ।