যদি আমি আলোচনালৈ যাওঁ, দোষীৰ অধিবক্তাই অজুহাত ল'ব পাৰিব: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
2025-10-14 2 Dailymotion
জুবিন গাৰ্গক ন্যায় প্রদানৰ দাবীত আছুৰ ৰাজ্যজুৰি অৱস্থান বিক্ষোভ কাৰ্যসূচী । আইনজ্ঞৰ পৰামৰ্শ অনুসৰি SIT এ আহ্বান জনোৱা আলোচনাত অংশগ্ৰহণ নকৰিলে আছুৱে ।