কটকটীয়া নিৰাপত্তাৰ মাজেৰে চি আই ডি কাৰ্যালয়ৰ পৰা কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতলৈ লৈ যোৱা হয় ৫ অভিযুক্তক ।