চি আই ডিৰ কাৰ্যালয়ত আজি হাজিৰ হয় আন তিনি প্ৰবাসী অসমীয়া । সম্প্ৰতি ছিংগাপুৰৰ নাগৰিকত্ব লোৱা ৱাজিদ আহমেদহে এতিয়া বাকী আছে সাক্ষ্য দিবলৈ ।