কাইলৈ জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাবলৈ আহিব ৰাহুল গান্ধী, আইন-শৃংখলা ৰক্ষাত সহায় কৰিবলৈ সাজু কংগ্ৰেছ
2025-10-16 3 Dailymotion
সোণাপুৰত জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আইন-শৃংখলা ৰক্ষাত চৰকাৰক সহায় কৰিবলৈ প্ৰস্তুত বুলি উল্লেখ কৰে ।