সোণাপুৰৰ সমাধিক্ষেত্ৰত জুবিন গাৰ্গলৈ ৰাহুল গান্ধীৰ শ্ৰদ্ধাঞ্জলি ৷ কাহিলিপাৰাস্থিত বাসগৃহত পৰিয়ালক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন ।