মন্ত্ৰী যোগেন মহনক আন আন দপ্তৰৰ লগতে অতি গুৰুত্বপূৰ্ণ লোক নিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ দায়িত্ব প্ৰদান কৰা হয় ।