মঙলবাৰে এছ আই টিৰ ওচৰত সাক্ষ্য প্ৰদান কৰে কণ্ঠশিল্পী গীতালি দেৱীয়ে । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত দাবী কৰা শিল্পী সমাজৰ ভিতৰত গীতালি দেৱীও এগৰাকী ।