জুবিন গাৰ্গৰ নকল অনুৰাগী বহুত ওলাইছে । এতিয়া অনুৰাগীৰ ভাও লৈ অসমক তেওঁলোকে অশান্ত কৰিব বিচাৰিছে । কাক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰীৰ ?