ৰাইজৰ আদালতত দোষী সাব্যস্ত হোৱা শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা ওলমি ৰ'ল ফাঁচিকাঠত । ৰাজ্যৰ বিভিন্ন স্থানত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ।