প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত বৃহস্পতিবাৰে আছুৱে ৰাজ্যজুৰি ন্যায় সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।