মঙলদৈত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি বিজেপিৰ সমদল । বিজেপি সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ ।