Surprise Me!

বন মন্ত্ৰীয়ে মুকলি কৰিলে পবিতৰা অভয়াৰণ্যৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ

2025-10-23 6 Dailymotion

পলমকৈ হ’লেও দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ল এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য ৷ মুকলি কৰে পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

Buy Now on CodeCanyon