১ নৱেম্বৰত জনজাতিকৰণৰ দাবীত উজনি কঁপাব চুতীয়া জনগোষ্ঠীৰ ৰাইজে । চুতীয়া জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ উমৈহতীয়া সভা ।