হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখী কাবেৰী ট্ৰেভেলছৰ এখন বাছত কুৰ্ণুলৰ সমীপৰ চিন্নাট্টুকুৰৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত অগ্নিকাণ্ড সংঘটিত হয় ।