ভগৱানৰ লগত একেটা শাৰীতs প্ৰাণৰ শিল্পীগৰাকী; প্ৰতিখন টেংকাৰত ৰাখিলে জুবিন গাৰ্গৰ ফটো
 2025-10-24   4   Dailymotion
গোলাঘাটৰ নুমলীগড় শোধনাগাৰৰ টেংকাৰ চালকৰ ব্যতিক্ৰমী পদক্ষেপ । প্ৰায় আঠ হাজাৰ টেংকাৰ আৰু ট্ৰাকত ভগৱানৰ ফটো ৰখা ঠাইত থ'লে জুবিন গাৰ্গৰ ফটো, কৰিলে পূজা-অৰ্চনা ।