'ক্লিন টাৱাং গ্ৰীণ টাৱাং' শ্ল'গানেৰে তৃতীয় টাৱাং আন্তঃৰাষ্ট্ৰীয় মাৰথন ২০২৫ অনুষ্ঠিত
2025-10-24 4 Dailymotion
তৃতীয়বাৰৰ বাবে টাৱাঙৰ সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১০ হাজাৰ ফুট উচ্চতাত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় মাৰথন । দেশ-বিদেশৰ ৬ হাজাৰৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ ।