আন্তঃৰাষ্ট্ৰীয় পৰ্যটকক অত্যাধুনিক সুবিধা প্ৰদানৰ বাবে সাজু অসম পৰ্যটন বিভাগ
2025-10-25 1 Dailymotion
কাজিৰঙাৰ বনানী, বনশ্ৰী আৰু কুঞ্জবন এই তিনিটা পৰ্যটন নিবাস অত্যাধুনিক সা-সুবিধাৰে পুনঃনিৰ্মাণ কৰি কাজিৰঙা হেৰিটেজ নামেৰে নামকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে ।