মাজুলীত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি চলিছে । মুখাশিল্পীৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্ন প্ৰকাৰৰ মুখা ।