বিভিন্ন জনগোষ্ঠীৰে ভৰপুৰ বাক্সাৰ নিকাছি অঞ্চলত ৭৫ সংখ্যক কালী পূজা উদযাপন । ১৯৫২ চনৰে পৰা উদযাপন কৰি আহিছে এই পূজাভাগ ।