অসমে ১০৩ ৰাণত আউট । ইয়াৰ পিছত ১০৮ ৰাণতে সকলো উইকেট হেৰুৱালে ছাৰ্ভিচেছে । ৰিয়ান পৰাগে দখল কৰিলে ৫ উইকেট ।