জুবিন ক্ষেত্ৰত জাৰি কৰা এছ অ' পিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে দিলে আন এক গুৰুত্বপূৰ্ণ মন্তব্য ।