গুৱাহাটীৰ চূণচালিৰ কেইবাটাও ঘাটত ষট পূজাৰ আয়োজন কৰা হ'ব । ভক্তসকলৰ প্ৰতি বিশেষ আহ্বান জনাইছে ষট পূজা সমিতিয়ে ।