জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাতৰ বাবে নিতৌ শ শ লোকে কাহিলীপাৰাৰ বাসগৃহত ভিৰ কৰিছে । তাৰ মাজতে অসুস্থ হৈ পৰে গৰিমা শইকীয়া গাৰ্গ ।