জুবিন গাৰ্গৰ অনুপস্থিতি এইবাৰ বিহাৰী সম্প্ৰদায়ৰ ষট পূজাতো । কোনো ধৰণৰ আড়ম্বৰপূৰ্ণ আয়োজন নোহোৱাকৈ কেৱল পৰম্পৰা ৰক্ষা কৰি ষট পূজাৰ আয়োজন ।