আলফাৰ দৰে লাচিত সেনাকো নিষিদ্ধ ঘোষণা কৰিবলগীয়া হ'ব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে ।