সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় সাংসদ ৰঞ্জিত দত্তৰ ৷ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু, দীঘলীপুখুৰীৰ পাৰৰ গছ কটাকে ধৰি কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ ৷