ৰৈ ৰৈ বিনালে চাবলৈ টিকট বিচাৰি দৰ্শকৰ হাহাকাৰ, নগাঁৱৰ একমাত্ৰ চিনেমা হলটোৱে কিদৰে পূৰাব দৰ্শকৰ আশা ?
2025-10-28 25 Dailymotion
নগাঁৱত চিনেমা হলৰ অভাৱ । পূৰ্বে পাঁচটাকৈ চিনেমা হল থকা নগাঁৱত বৰ্তমান এটা চিনেমা হল ! আগন্তুক এবছৰ দুবছৰলৈ অসমত নচলিব নেকি হিন্দী ছবি ?