৩১ অক্টোবৰত মুক্তি লাভ কৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ প্ৰকল্প 'ৰৈ ৰৈ বিনালে' । ছবিখন সকলোকে শৃংখলাবদ্ধভাৱে উপভোগ কৰিবলৈ আহ্বান সংগীতশিল্পী দিগন্ত ভাৰতীৰ ৷