Surprise Me!

গামোচা আৰু ফুলৰ থোপাৰে জুবিন গাৰ্গলৈ শেষ শ্ৰদ্ধা বাংলাদেশৰ উচ্চায়ুক্তৰ প্ৰতিনিধি দলৰ

2025-10-30 3 Dailymotion

জুবিন ক্ষেত্ৰত উপস্থিত হৈছে বাংলাদেশৰ উপ-বৈদেশিক সচিব প্ৰীতি ৰহমান । শ্বিলঙৰ এটি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰহমানে ।

Buy Now on CodeCanyon