Surprise Me!

অসমীয়া ছবিয়ে ইতিহাস সৃষ্টিৰ দিনটোত উপেক্ষিত প্ৰথমটো ছবিগৃহ: কেনে অৱস্থাত আছে জ্যোতিপ্ৰসাদৰ সপোন 'জোনাকী'

2025-10-30 10 Dailymotion

অসমৰ প্ৰথম ছবিগৃহটো আজিও উপেক্ষিত । পুনৰ নিৰ্মাণৰ কাম আধাতে স্তব্ধ । ইতিহাস সৃষ্টিকাৰী জুবিনৰ 'ৰৈ ৰৈ বিনালে' মুক্তি নাপায় 'জোনাকী'ত ।

Buy Now on CodeCanyon