অপেক্ষাৰ অন্তত 'ৰৈ ৰৈ বিনালে' চাই আৱেগিক দৰ্শক । হাতত লাঁখুটি লৈ আহিল আইতাও, হলত জুবিনৰ ফটোৰ সন্মুখত চাকি বন্তি ৷