ছিংগাপুৰৰ পৰা আহিল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত ৰিপ'ৰ্ট : ক'লে মুখ্যমন্ত্রীয়ে
2025-11-01 1 Dailymotion
১৭ ডিচেম্বৰত অভিযোগনামা দাখিল কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ এছ আই টিয়ে জুবিন গাৰ্গক সম্পূৰ্ণ ন্যায় দিব বুলিও মুখ্যমন্ত্ৰীয়ে দাবী কৰে ৷