বৰ্ধিত নিৰিখেৰে পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী । বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলতো হাতী ছাফাৰী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷