Surprise Me!

নগা দুষ্কৃতিকাৰীৰ কবলৰ পৰা ভূমি, জীৱন-সম্পদ ৰক্ষণাবেক্ষণত ব্যৰ্থ অসম চৰকাৰ: প্ৰতিবাদমুখৰ আছু

2025-11-01 15 Dailymotion

নগা দুষ্কৃতিকাৰীৰ উপদ্ৰৱক লৈ অসম চৰকাৰৰ বিৰুদ্ধে আছুৰ অৱস্থান বিক্ষোভ । ধনশিৰি মহকুমা ছাত্ৰ সন্থাই এই কাৰ্যসূচী গ্ৰহণ কৰে ।

Buy Now on CodeCanyon