মুখ্যমন্ত্ৰীহে ডুপ্লিকেট আছু আছিল, তাৰ পিছত ডুপ্লিকেট আলফা হ'ল, তাৰ পিছত তেওঁ ডুপ্লিকেট কংগ্ৰেছী । মুখ্যমন্ত্ৰী এদিন ডুপ্লিকেট বিজেপি হ'ব বুলিও ভৱিষ্যদ্বাণী গগৈৰ ।