ড৹ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত চিত্ৰ অংকন । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত 10 গৰাকী জ্যেষ্ঠ শিল্পীয়ে ড৹ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত 'লাইভ স্কেচ্ছ' কৰে ।