অব্যাহত আছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত । ইতিমধ্যে শতাধিক লোকৰ ভাষ্য গ্ৰহণ কৰিছে এছ আই টিয়ে ।