কাষৰ আসনত জুবিন, পৰিয়ালসহ সমষ্টিবাসীৰ সৈতে ৰূপজ্যোতি কুৰ্মীয়ে চালে ‘ৰৈ ৰৈ বিনালে’
2025-11-04 4 Dailymotion
জুবিন গাৰ্গৰ বাবে আসন ৰাখি শ্ৰদ্ধাঞ্জলি জনাই পৰিয়ালসহ সমষ্টিবাসীৰ সৈতে ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ আলফা স্বাধীনলৈও দিলে বাৰ্তা ৷