সোণাপুৰৰ জুবিন ক্ষেত্ৰত গামোচাই লৈছে সৰু পাহাৰৰ ৰূপ । অনুষ্ঠান-প্ৰতিস্থানে স্মৃতিৰ বাবে সংৰক্ষণ কৰিব পাৰিব এই গামোচা ।